. . . .কল্পনাৰ পাখিৰ তলত কবিৰ ঘৰ । জিৰণিৰ অৱকাশ নাই কবিৰ । তেওঁৰ বুকুৰ মাজত অনুভৱৰ অহৰহ গুণগুণনি ।কবি শিল্পী শৈল্পিক প্ৰতিভাৰে তেওঁ নির্মান কৰে কবিতা এটাৰ জঁকা । তেওঁৰ সুনিপুন হাতৰ বুলনিত প্ৰস্ফুটিত হৈ আহে অনুভৱৰ ছবি ,তাৰ ৰং ,আৰু অবয়ব । . . . . .কবিতা ভালপাওঁ । কিন্তু কবি হোৱাৰ দুঃসাহ প্ৰকাশ কৰাৰ সাহস মোৰ নাই ।
আৰু ,মোৰ অক্ষমতাও এইখিনিতে . . . . .


No comments:
Post a Comment